কলকাতাত এ এছ এল ক্লাবৰ বিহুৰে মুখৰ অসম ভৱন প্ৰাংগণ
বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : কলকাতাত ১ ব'হাগত অসম ভৱনৰ বাকৰিত এ এছ এল ক্লাবৰ উদ্যোগত চেনেহৰ ৰঙালী বিহুটি উলহ-মালহেৰে উদযাপন কৰা হয়। বিহুৰ পতাকা উত্তোলন কৰে অসম ভৱনৰ আৱাসিক আয়ুক্ত তাপস দেৱে । প্ৰীতিৰ পতাকা উত্তোলনৰ লগে লগে 'শ্ৰীময়ী অসমীৰ' গীতেৰে আলোড়িত হৈ পৰে অসম ভৱনৰ প্ৰাংগণ । বিহুমঞ্চ মুকলি কৰে অসম ভৱনৰ যুটীয়া আৱাসিক সচিব মিৰাণ্ডা দাসে । দাসে…
Read More...