চণ্ডীগড়ত ৰঙালী বিহু-উত্তৰ পূব মহোৎসৱ উদযাপন
বিশেষ বাৰ্তা, ২১ এপ্ৰিল : বৰেণ্য ক্ৰিকেট খেলুৱৈ কপিল দেৱ, যুৱৰাজ সিং, বিশিষ্ট অভিনেতা আয়ুস্মান খুৰানাই অধ্যয়ন কৰা বহিঃৰাজ্য চণ্ডীগড়স্থিত ডি এ ভি মহাবিদ্যালয়ত অনুষ্ঠিত হয় উত্তৰ-পূব মহোৎসৱ। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি আৰু হস্তশিল্পকে ধৰি সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটোৱা হয়। অনুষ্ঠানটোত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ…
Read More...