ফ্লেট ‘জালিয়াতি’ গোচৰ : নুছৰত সোঁশৰীৰে হাজিৰ হ’ব লাগিব আদালতত
বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : বছিৰহাটৰ অভিনেত্ৰী তথা তৃণমূলৰ সাংসদ নুছৰত জাহানে ফ্লেট ‘প্ৰৱঞ্চনা’ গোচৰত মুখথেকেচা খাবলগীয়া হৈছে। আলিপুৰ আদালতত বিচাৰাধীন হৈ আছিল এই গোচৰ। আলিপুৰ আদালতে অভিনেত্ৰীগৰাকীক এই গোচৰত সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। সেই আদেশক প্ৰত্যাহ্বান জনাই নুছৰতে আলিপুৰৰ ন্যায়াধীশ আদালতৰ কাষ চাপিছিল। ন্যায়াধীশৰ আদালতে আলিপুৰ আদালতৰ…
Read More...