ঘৰৰ পেলনীয়া সামগ্রীৰ সৈতে গহনাভর্তি বাকচ বিক্রী প্রৌঢ়ৰ
নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : সভ্যতাৰ অগ্রগতিৰ লগে লগে মানুহৰ সমাজখন জটিল হৈ পৰা বুলি সততে অভিযোগ শুনা যায়৷ কিন্তু তাৰ মাজতো যে মহানুভৱতাৰ বা সততাৰ অপমৃত্যু এতিয়াও ঘটা নাই তাক প্রমাণ কৰিছে হাৰিয়ানাৰ ফৰিদাবাদত ঘটা এটা ঘটনাই৷
আমি সকলোৱে ঘৰৰ ভিতৰত আৱর্জনা হৈ পৰা কিছুমান সামগ্রী বেপাৰীক বিক্রী কৰি দিওঁ৷ তেনেদৰেই অলাগতিয়াল সামগ্রী বিক্রী কৰিবলৈ যাওঁতে…
Read More...