মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণ
🔹 আমেৰিকাৰ চিকিৎসকৰ সফলতা
বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : প্রাণী আৰু মানৱৰ অংগ সংৰোপণ প্রক্রিয়াই আশাৰ সঞ্চাৰ কঢ়িয়াইছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ চিকিৎসকে মানৱ দেহত গাহৰিৰ বৃক্ক সংৰোপণেৰে চিকিৎসা বিজ্ঞানলৈ সুখবৰ কঢ়িয়াই আনিছে৷ পূর্বতেও এনেদৰে প্রাণীৰ অংগ মানৱ দেহত সংৰোপণ কৰা হৈছিল যদিও সেই অংগ সংৰোপণ অতি খন্তেকীয়াভাৱেহে সফল হৈছিল৷ কিন্তু আমেৰিকা…
Read More...