অমিত শ্বাহৰ ৰেলীৰ পৰা উভতি অহা তিনিখন বাছক মহতিয়ালে ট্ৰাকেঃ ৮ জন নিহত, ৫০ জন আহত
নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: মধ্যপ্ৰদেশৰ সিধি জিলাত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা তিনিখন বাছত খুন্দা মাৰে। নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জন আহত হয়। ইয়াৰে ১৫-২০ জন লোকৰ অৱস্থা অতিসংকটজনক বুলি কোৱা হৈছে।
প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী…
Read More...