অযোধ্যাৰ ৰাম মন্দিৰত পাকিস্তানী নিষিদ্ধ সন্ত্রাসবাদীৰ আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট
নিয়মীয়া বাৰ্তা,১১জানুৱাৰী: অযোধ্যাৰ ৰাম মন্দিৰ সাজু হোৱাৰ পূর্বেই পাকিস্তানী নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা আৰু জইচ–ই–মহম্মদে আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট ৰচিছে৷ উত্তৰপ্রদেশৰ অযোধ্যাত নির্মাণ হৈ থকা ৰাম মন্দিৰ ২০২৪ চনৰ ১ জানুৱাৰীত সাজু হৈ উঠিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে পাকিস্তানী সন্ত্রাসবাদী সংগঠনে মন্দিৰটোত…
Read More...