আমেৰিকাৰ আকাশত বৃদ্ধি ইউএফঅ’ৰ বিচৰণৰ ঘটনা
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: আমেৰিকাৰ আকাশত যোৱা এটা বছৰত অভাৱনীয়ভাৱে ইউএফ’ বা ভিন্ন গ্রহৰ প্রাণীৰ মহাকাশযান দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ দেশখনৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে সদৰী কৰিছে এই তথ্য৷ পেণ্টাগনৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে ইউএফ’ বা ভিন্ন গ্রহৰ উৰন্ত চাকিৰ সন্ধান তথা সেইবোৰৰ গতিবিধিক নজৰ দিবলৈ এটা কার্যালয় মুকলি কৰা হৈছে৷ এই কার্যালয়ৰ নাম এএআৰ’৷…
Read More...