সংক্রমণ বাঢ়িলেও পাশ্চাত্যৰ ভেকচিন দেশবাসীক নিদিয়ে জিনপিঙে
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: এফালে দেশত ক’ৰোনাত আক্রান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, আনফালে লকডাউনৰ পৰা মুক্তি বিচাৰিছে চীনৰ সাধাৰণ জনতাই৷ কিন্তু এনে পৰিস্থিতি সত্ত্বেও দেশৰ মানুহক সুৰক্ষা দিবলৈ পাশ্চাত্যৰ দেশত প্রস্তুত কৰা ক’ভিড ভেকচিন প্রদান কৰিবলৈ সন্মত হোৱা নাই চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং৷ আমেৰিকাৰ ৰাষ্ট্রীয় চোৰাংচোৱা দপ্তৰৰ বিষয়ববীয়া…
Read More...