সংঘর্ষ–দুর্ঘটনাত প্রতিদিনে বিশ্বত ১২ হাজাৰ লোকৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: পথ দুর্ঘটনাত বা সংঘর্ষত প্রতিদিনে বিশ্বত ১২ হাজাৰ লোক নিহত হয়৷ শেহতীয়াকৈ এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ সংস্থাটোৰ বিবৃতি অনুসৰি প্রতি বছৰ ৪৪ লাখ লোক দুর্ঘটনাত আহত হোৱাৰ পিছত মৃত্যুমুখত পৰে৷ লক্ষণীয়ভাৱে প্রতি তিনিটা মৃত্যুৰ এটা পথ দুর্ঘটনাৰ ফল বুলি বিবৃতিটোত প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য…
Read More...