পুনৰ আন এজন ছাত্রনেতাক হ/ত্যা বাংলাদেশত
নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাডিৰ মৃত্যুৰ পিছত বাংলাদেশত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ শাম নৌকাটোঁতেই পুনৰ আন এজন যুৱ নেতাক গুলীয়াই হত্যা কৰাৰ ঘটনা ঘটিছে চুবুৰীয়া দেশখনত৷ বাংলাদেশৰ খুলনাত নাহিদ ইছলামৰ দল জাতীয় নাগৰিক পার্টী চমুকৈ এনচিপি নেতা মহম্মদ মোতালেব শিকদাৰক কোনো অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই আহত কৰাৰ পিছত…
Read More...