বাইডেনৰ পত্নী–কন্যাসহ ২৫ আমেৰিকানৰ বিৰুদ্ধে ৰাছিয়াৰ নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ২৯ জুন: ইউক্রেইনৰ ওপৰত আক্রমণ আৰম্ভ কৰাৰ পূর্বৰে পৰা ৰাছিয়াৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে আমেৰিকাই৷ ইয়াৰ প্রত্যুত্তৰ হিচাপে হোৱাইট হাউছ প্রশাসনৰ বিৰুদ্ধেও অনুৰূপ ব্যৱস্থা গ্রহণ কৰি আহিছে মস্কো প্রশাসনে৷ এইবাৰ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন অধিক কঠোৰ হৈছে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন তথা তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে৷ ৰাছিয়াই…
Read More...