খালী গাৰে ১৭ হাজাৰ ফুট উচ্চতাত বৰফৰ ওপৰত যোগ আইটিবিপিৰ জোৱানৰ
নিয়মীয়া বাৰ্তা, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে (ITBP) ১৭ হাজাৰ ফুট উচ্চতাত লাডাখত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। মঙলবাৰে পুৱা ৭ বজাত ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে যোগ ব্যায়াম কৰা দেখা গ’ল। জুন মাহত দেশৰ আন প্ৰান্তত গৰমৰ ঢৌৰ মাজতো লাডাখ এই মুহূৰ্তত ঠাণ্ডা। কিন্তু এনে ঠাণ্ডাৰ সময়তো খালী শৰীৰেৰে কেইবাজনো…
Read More...