ছুইছ বেংকত ভাৰতীয় নাগৰিকৰ জমাধনৰ অভিলেখ
নিয়মীয়া বাৰ্তা, ১৮ জুন: প্রধানমন্ত্রী হোৱাৰ পূর্বে ছুইছ বেংকত জমা হৈ থকা ভাৰতীয় নাগৰিকৰ ক’লাধন দেশলৈ ওভতাই অনাৰ প্রতিশ্রুতি দিছিল নৰেন্দ্র মোদীয়ে৷ কিন্তু প্রথমটো কার্যকাল যোৱাৰ পাছত দ্বিতীয় কার্যকালৰো তিনি বছৰ সম্পূর্ণ কৰা মোদী চৰকাৰে আজিলৈকে ছুইছ বেংকৰ পৰা ক’লাধন দেশলৈ ওভতাই আনিবলৈ সক্ষম নহ’ল৷ ইয়াৰ বিপৰীতে মোদী চৰকাৰৰ দিনত ভাৰতীয়সকলৰ ছুইছ বেংকত…
Read More...