পাটনাৰ পুখুৰীত ২০০০ বছৰ পুৰণি ইটাৰ বেৰ
নিয়মীয়া বাৰ্তা,৫ জুনঃ বিহাৰৰ ৰাজধানী পাটনাৰ সমীপৰ কুমৰাহৰ অঞ্চলৰ এটা পুখুৰী পুনৰ নির্মাণ কৰিবলৈ খনন আৰম্ভ কৰাৰ সময়তে ২০০০ বছৰ পুৰণি ইটাৰ বেৰৰ সন্ধান লাভ কৰিছে ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপে৷
এ এছ আইৰ পাটনা কেন্দ্রৰ অধীক্ষক প্রত্নতত্ত্ববিদ গৌতম ভট্টাচার্যই প্রকাশ কৰা মতে, পাটনা ৰে’লৱে ষ্টেচনৰ পূবে ৬ কিলোমিটাৰ নিলগত কুমৰাহাৰ অঞ্চলত এটা পুখুৰী…
Read More...