১০ বিধ ঔষধ খাই আছিল কে কে-এ, হৃদযন্ত্ৰৰ চাৰিওফালে জমা হৈছিল বগা তৰপ
বিশেষ বাৰ্তা, ৩ জুনঃ কণ্ঠশিল্পী কে কেৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে আৰু লগতে বহু প্ৰশ্নও এৰি থৈ গৈছে। ইয়াৰ পূৰ্বে তেওঁৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কোৱা হৈছিল। পিছত আৰক্ষীয়ে মূৰ আৰু মুখত আঘাতৰ চিন পোৱাত ‘অস্বাভাৱিক’ মৃত্যুৰ গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে তেওঁ সংগীত পৰিৱেশন কৰা ঠাইখনৰ মেনেজাৰে বিশৃংখলতাৰ অভিযোগ উত্থাপন কৰিছিল। ইফালে, কে কেৰ…
Read More...