পৰিয়ালৰ পৰম্পৰা অনুসৰণ, এইবাৰ সংসদলৈ যাব প্ৰিয়ংকা গান্ধী
বিশেষ বাৰ্তা, ২০ মেঃ গান্ধী-নেহৰু পৰিয়াল বুলিলেই কংগ্ৰেছৰে নহয়, দেশৰ ৰাজনীতিৰো প্ৰথমটো পৰিয়াল বুলিব পাৰি। কিন্তু এইটো পৰিয়ালৰ জীয়ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই এতিয়ালৈ প্ৰত্যক্ষভাবে ৰাজনীতিত নমা নাই। তেওঁক কংগ্রেছৰ সভানেত্রী কৰাৰ প্রস্তাৱ মাজে মাজে উত্থাপন হয়। ৰাজস্থানৰ উদয়পুৰৰ সদ্যসমাপ্ত চিন্তন শিবিৰত কংগ্রেছৰ বহু নেতাই প্ৰিয়ংকা গান্ধীক সভানেত্ৰী…
Read More...