ঋণত ডুবি থকা পাকিস্তানৰ ৪৫ শতাংশই দৰিদ্র, ভিক্ষাৰী ৰাষ্ট্রত পৰিণত চিৰবৈৰী দেশ
সন্ত্রাসবাদ আৰু ধর্মীয় উন্মাদনাত ডুব গৈ থকা পাকিস্তান ঋণৰ ওপৰতে জীয়াই থকা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ ২০২৫ বর্ষত দেশখনৰ ঋণৰ পৰিমাণ ২৮৬.৮৩ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ ভাৰতীয় মুদ্রাৰ হিচাপত এই পৰিমাণ ২৫ লাখ ১৯ হাজাৰ কোটি টকাতকৈও অধিক ৷ যোৱা বিত্তীয় বর্ষৰ তুলনাত চলিত বর্ষত দেশখনৰ ঋণৰ পৰিমাণ ১৩ শতাংশ বৃদ্ধি পাইছে৷ এক কথাত ইছলামাবাদে প্রকাশ…
Read More...