প্রতিটো চিলিণ্ডাৰত বাঢ়িল ১০০ টকা
নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ এল পি জিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ মূল্যবৃদ্ধি৷ যোৱা ১ নৱেম্বৰত এল পি জিৰ বাণিজ্যিক চিলিণ্ডাৰত ২৬৬ টকা বৃদ্ধি কৰাৰ এমাহৰ পাছত আজি পুনৰ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০০ টকা বৃদ্ধি কৰিলে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীয়ে৷ এমাহতে দুবাৰকৈ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত মূল্য বৃদ্ধি কৰাত দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ কেজি বাণিজ্যিক…
Read More...