ভাৰতে নির্মাণ কৰিব অত্যাধুনিক যুদ্ধ বিমানৰ ইঞ্জিন
🔹 প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰশীল কৰাৰ আন এক পদক্ষেপ
নিউজ ডেস্ক, ১৯ জুলাই : মেক ইন ইণ্ডিয়াক প্রাধান্য দি প্রতিৰক্ষা খণ্ডক আত্মনির্ভৰশীল কৰি তোলাৰ আন এক পদক্ষেপ৷ দেশীয়ভাৱে নির্মিত মিছাইলেৰে পাকিস্তানক ত্রাহি মধুসূদন দেখুৱাই বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰা ভাৰতে ফ্রান্সৰ সৈতে মিলি ৬১ কোটি টকা ব্যয়ৰ প্রকল্পৰে পৰৱর্তী প্রজন্মৰ যুদ্ধ বিমানৰ ইঞ্জিন…
Read More...