ৰেমডিছিভিৰ ৰপ্তানিৰ ক্ষেত্রত নিষেধাজ্ঞা মোদী চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সন্মুখীন হোৱা ভাৰতে ৰেমডিছিভিৰ দৰবৰ ৰপ্তানি বন্ধ কৰিছে৷ উল্লেখনীয় যে এই এণ্টি–ভাইৰেল দৰববিধৰ বিশ্বজুৰি চাহিদা বৃদ্ধি পাইছে ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বাঢ়ি অহাৰ লগে লগে৷
কেন্দ্রীয় চৰকাৰে আজি অত্যাৱশ্যকীয় এই দৰববিধ বহিঃদেশলৈ ৰপ্তানি কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে৷ দৰব…
Read More...