বিশ্বৰ ক’ভিড আক্রান্তৰ তালিকাত দ্বিতীয় ভাৰত
নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ দেশত ক’ভিড–১৯সৃষ্ট পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বিগত ২৪ ঘণ্টাত ১,৬৮,৯১২জন আক্রান্ত হোৱাৰ পাছতে বিশ্বৰ সর্বাধিক আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত উপনীত ভাৰত৷ ব্রাজিলক অতিক্রম কৰি সর্বাধিক আক্রান্তৰ তালিকাৰ দ্বিতীয় স্থানত থকা ভাৰতৰ আক্রান্তৰ সংখ্যা ১.৩৫ কোটিৰো অধিক হৈছে৷ বিগত সপ্তাহ ধৰি প্রতিদিনে ১ লাখতকৈ অধিক লোক…
Read More...