অসমৰ শিৱসাগৰ-চৰাইদেউসহ দেশৰ ৮০ স্থানত চিবিআইৰ অভিযান
ডিজিটেল ডেস্ক, ২৬ জুন : ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে দেশজুৰি চিবিআয়ে চলাইছে বৃহৎ অভিযান৷ বৃহস্পতিবাৰে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে ১৬খন ৰাজ্যৰ ৮০টাতকৈ অধিক স্থানত চাইবাৰ অপৰাধ চক্রৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিছে বহু আপত্তিজনক নথি–পত্র৷ অপাৰেচন চক্র–৬ৰ অধীনত চলা এই অভিযানে অসমকো সামৰি লৈছে৷
শ্বেল কোম্পানী আৰু ভুৱা বেংক একাউণ্টৰ জৰিয়তে চাইবাৰ…
Read More...