বাদুলি সংৰক্ষণ : ঢকুৱাখনাৰ প্ৰবীণ-বুবুলৰ প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : ঢকুৱাখনা মহকুমাৰ বৰদৈ ন-পামত এজাক ওলমা বাদুলিৰ দৃষ্টি নন্দন দৃশ্য পথিকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।এজোপা শিমলু গছত দোঁ খাই ওলমি আছে এজাক বাদুলি।ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ কাষৰ এজোপা শ বছৰীয়া পুৰণি শিমলু গছক আশ্ৰয়স্থল হিচাপে বাছি লৈছে অসংখ্য বাদুলিয়ে। ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰে যোৱা…
Read More...