গৌৰৱ : চন্দ্ৰযানত কৰ্মৰত তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা
বিশেষ বাৰ্তা, ২৩ আগষ্ট: আজি এক বিশেষ দিন, কিয়নো কিছুসময়ৰ পাছতে সন্ধিয়া চন্দ্ৰত অৱতৰণ কৰিব ISROৰ চন্দ্ৰযান-৩য়ে আৰু এই সমগ্ৰ অভিযানৰ সাক্ষী হৈ আছে তিনিচুকীয়াৰ এগৰাকী বোৱাৰী নিধি শৰ্মা৷ নিধি শৰ্মাই ইয়াৰ পূৰ্বেও চন্দ্ৰযান-২ত জড়িত হৈ আছিল ৷ তিনিচুকীয়াৰ ন-পুখুৰী ৰাজাআলীৰ দীপক দেৱ আৰু শিখা দেৱৰ বোৱাৰী আৰু দিবাকৰ দেৱৰ পত্নী নিধি শৰ্মা ৷ বেংগালুৰুৰ নিবাসী…
Read More...