আজি বৰদিন : গির্জাত কেৰ’লৰ ধ্বনি
বিশেষ বাৰ্তা, ২৫ ডিচেম্বৰ : বিপুল উৎসাহ–উদ্দীপনাৰ মাজেৰে ৰাজ্যজুৰি খ্রীষ্টান ধর্মাৱলম্বী লোকে আজি উদযাপন কৰিব বৰদিন ৷ আজি পুৱাৰে পৰা গির্জাঘৰসমূহত অনুষ্ঠিত হয় সমূহীয়া প্রার্থনা৷ বিশ্বৰ বিভিন্ন প্রান্তত জনসাধাৰণে বৰদিন উপলক্ষে ব্যাপক আয়োজন কৰিছে৷ অসমতো ইয়াৰ ব্যতিক্রম নহয়৷ ৰাজ্যৰ খ্রীষ্টান ধর্মাৱলম্বীৰ বিভিন্ন প্রান্তত থকা উপাসনা গৃহ গির্জাঘৰসমূহ…
Read More...