দুর্গম অঞ্চলৰ পৰা খৰিৰ বোজা কঢ়িওৱা মণিপুৰী কন্যাই টকিঅ’ত ৰচিলে ইতিহাস
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ এটা সময়ত ইম্ফলৰ দুর্গম পাহাৰীয়া অঞ্চলৰ পৰা কান্ধত খৰিৰ বোজা কঢ়িয়াই দৰিদ্র পিতৃ–মাতৃক সহায় কৰা এগৰাকী মণিপুৰী কন্যাক লৈ আজি সমগ্র দেশ গৌৰৱান্বিত৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত ঐতিহাসিক সাফল্যৰে টকি’ৰ পৰা দেশলৈ সু–সংবাদ কঢ়িয়াই অনা এইগৰাকী দৃঢ়মনা মণিপুৰী কন্যা হ’ল দেশৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানু৷ ২০১৬ৰ ৰি’…
Read More...