অৰুণাচল কঁপাই চলিব চীনৰ দ্রুতবেগী ৰে’লঃ আন্তর্জাতিক সীমাৰ পৰা মাত্র ১৭ কিলোমিটাৰ দূৰৈৰ নিংচিলৈ সম্পূর্ণ ৪৩৫ কিঃমিঃ দৈর্ঘ্যৰ অত্যাধুনিক ৰে’লপথ
নিয়মীয়া বাৰ্তা, ১২ জুন: গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছত সীমান্তত সুস্থিৰতা বজাই ৰখাৰ প্রতিশ্রুতি দিলেও আগ্রাসী মনোভাব ত্যাগ কৰা নাই ৰঙা চীনে৷ বৰং নিজ অভীপ্সা পূৰণৰ হকে সামৰিক কৌশলগত অৱস্থানেৰে ভাৰতৰ বিৰুদ্ধে বেইজিঙৰ গোপন তৎপৰতা অব্যাহত আছে৷
সেনা সমাৱেশৰ লগতে অত্যাধুনিক মাৰণাস্ত্র–সামৰিক সৰঞ্জাম আদি ক্ষিপ্রতাৰে কঢ়িয়াই নিবলৈ প্রকৃত…
Read More...