আলফাৰ শিবিৰলৈ ঔষধ প্ৰেৰণ! তিনিচুকীয়াত ৭ লিংকমেন আটক
উগ্ৰপন্থী বিৰুদ্ধে সেনা আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি অৰুণাচলৰ নামপং হৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবৰলৈ বুজন পৰিমাণৰ ঔষধ সৰবৰাহ কৰোতে ৭জন ব্যক্তিক আটক কৰাৰ বিপৰীতে বুজন পৰিমাণৰ ঔষধ জব্দ কৰে।
লেখাপানী আৰু তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ হোৱা ঔষধ খিনি আলফা স্বাধীন জ্যেষ্ঠ নেতা অৰুণোদয় দহতিয়াৰ নিৰ্দেশত নিয়া হৈছিল বুলি বিশেষ সূত্ৰে জানিব…
Read More...