সৌৰশক্তিক বিকাশৰ আধাৰ ৰূপে গঢ়াৰ পৰিকল্পনা চৰকাৰৰ
ডিজিটেল ডেস্ক, ১ জানুৱাৰী : সাম্প্রতিক সময়ত বিকল্প শক্তি ৰূপে সমাদৃত হৈছে সৌৰশক্তি৷ পৰম্পৰাগত ইন্ধন তথা শক্তিৰ ব্যৱহাৰেৰে পৰিৱেশ পৰিস্থিতিতন্ত্রত বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ সময়তে সৌৰশক্তিক বিকাশৰ আধাৰ ৰূপে গঢ়াৰ পৰিকল্পনা গ্রহণ কৰিছে ৰাজ্য চৰকাৰৰ বিজ্ঞান-প্রযুক্তিবিদ্যা বিভাগৰ অধীনস্থ অসম শক্তি উন্নয়ন অভিকৰণে৷ সৌৰশক্তিৰ ব্যাপক প্রসাৰে ৰাজ্যৰ…
Read More...