বজালীৰ কালদিয়া নৈৰ প্ৰাকৃতিক পৰিৱেশত এজাক প্ৰাক্তন সতীৰ্থ…
বজালী জিলাৰ ৰিহাবাৰীত কালদিয়া নৈৰ বাকৰিত এক মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজত কালি মিলিত হয় এজাক প্ৰাক্তন সতীৰ্থ ৷ উল্লেখ্য যে সুদীৰ্ঘ ৪০টা বছৰ পিছত একেখন মঞ্চত মিলিত হৈ সোণালী অতীতক সোঁৱৰণ কৰি আৱেগবিহ্বল হৈ পৰে প্ৰাক্তন সতীৰ্থসকল৷ গুৱাহাটীৰ গণেশগুৰিস্থিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮৪ বৰ্ষৰ সতীৰ্থসকলে বজালীৰ কালদিয়া বোৱঁতী জলসিঞ্চন…
Read More...