নলবাৰীৰ বৰশিমলুগুৰিৰ ফেৰীৱালা দধি দাসে লিখি উলিয়ালে ৯খনকৈ কাব্যগ্ৰন্থ
নিতৌ পুৱাই মানুহজন ওলাই যায় এখন বাইকেৰে। বাইকখনৰ আগে-পিছে কেইবাখনো মোনা।এই মোনাৰ ভিতৰত থাকে বহী, কিতাপ, কলম, ৰঙীন পেঞ্চিল, ৰবৰ, ছবি অঁকা বহী, স্কেল আদিকে ধৰি কণ কণ শিক্ষাৰ্থীৰ লাগতিয়াল সামগ্ৰী।
এই মানুহজনৰ নাম দধি দাস। ঘৰ অবিভক্ত নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী বৰ শিমলুগুৰিত।তেওঁ পেছাত এগৰাকী ফেৰীৱালা। কিন্তু আচৰিত হ'বলগীয়া কথাটো হ'ল এই সাধাৰণ…
Read More...