তেজপুৰত ঐতিহাসিক ৰায়যোগে মাতৃহ/ন্তা/ক যাৱজ্জীৱন কাৰাদণ্ড
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : মাতৃহন্তাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। বৃহস্পতিবাৰে তেজপুৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু ফাষ্ট ট্ৰেক আদালতে এক ঐতিহাসিক ৰায়যোগে ৩ বছৰৰ মূৰত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
অতিৰিক্ত ন্যায়াধীশ এ এম মহম্মদ মহিউদ্দনৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আৰু ফাষ্ট ট্ৰেক আদালতে অপৰাধীটোক যাৱজ্জীৱন কাৰাদণ্ড প্রদান…
Read More...