পাঁচ বছৰে মেৰামতি নহ’ল গ্রাম্য পথ, পথ এৰি পথাৰেৰে যাতায়াত ১নং টুপামাৰীবাসীৰ
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২ ডিচেম্বৰ : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ১নং টুপামাৰী আৰু টুপামাৰী সংযোগী সদাব্যস্ত এটি গ্ৰাম্য পথ আজিলৈকে নিৰ্মাণ নোহোৱাত বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ গঞা ৰাইজে উপায়হীন হৈ খেতিপথাৰৰ মাজেৰে যথেষ্ট কষ্টেৰে যাতায়াত কৰিবলগীয়া হৈছে ৷ বিগত ৫টা বছৰে গুৰুত্বপূৰ্ণ পথটিত এপাচি মাটি পৰ্যন্ত নপৰিল, যাৰ বাবে পথটি দিনকদিনে…
Read More...