শিৱসাগৰত উদ্যমী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ, পদপথৰ পৰা উচ্ছেদিত ‘কাঞ্চা’ৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ৭ ডিচেম্বৰ : শিৱসাগৰৰ এদল যুৱকে পদপথৰ পৰা উচ্ছেদিত এগৰাকী বৃদ্ধক এখন চলন্ত দোকান নিৰ্মাণ কৰি পুনৰ সংস্থাপনেৰে মানৱীয়তাৰ পৰিচয় দি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
শিৱসাগৰ নাট্য মন্দিৰৰ সন্মুখৰ পদপথত ল’ৰাৰ পৰা বয়োজ্যেষ্ঠজনলৈকে কাঞ্চা নামেৰে পৰিচিত আশী উৰ্ধৰ ব্যক্তিজনে অস্থায়ীভাৱে ক্ষুদ্ৰ তামোল-পাণৰ দোকান দি যোৱা চল্লিশ…
Read More...