টংলা উচ্চতৰ মাধ্যমিকত স্বাস্থ্য শিবিৰ অনুষ্ঠিত
ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে আজি টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত "শুশ্ৰুষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ--কিশোৰী সকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। এই পদক্ষেপৰ…
Read More...