জুবিনৰ স্মৃতিত কাজিৰঙাত হাতী পোৱালিৰ নাম ৰাখিলে ‘মায়াবিনী’
ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ কালজয়ী গীত ‘মায়াবিনী’ৰে নামকৰণ কৰা হৈছে এটা কণমানি হাতীৰ পোৱালিৰ৷
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত গভীৰ অৰণ্যৰ মাজত পৰহি বন বিভাগৰ বিশ্বস্ত হাতী ‘কুঁৱৰী’য়ে জন্ম দিছিল এটি মাইকী পোৱালি৷ লগে লগে মাউতে বন বিভাগক খবৰ দিয়ে৷ হিয়াৰ আমঠু জুবিন গার্গৰ স্মৃতি কাজিৰঙা ৰাষ্ট্রীয়…
Read More...