চাংসাৰিৰ মদনপুৰত যাত্ৰীবাহী বাছ জ্বলি ছাৰখাৰ, কথমপি প্ৰাণৰক্ষা ৬০গৰাকী যাত্ৰীৰ
ডিজিটেল ডেস্ক, ৯ অক্টোবৰ : চাংসাৰিৰ মদনপুৰ টোলগেটত আজি পুৱা এক অঘটন সংঘটিত হয়। দাওদাওকৈ জ্বলি উঠে ৰাধাকৃষ্ণ নামৰ এখন আল্ট্ৰা বাছ। জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱা বাহনখন জ্বলি ছাৰখাৰ হয়।
জানিব পৰা মতে, মঙলদৈ ডাঁহীৰ পৰা সোণাপুৰলৈ বুলি ৬০ জনীয়া দল এটা আহিছিল বাছখনত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু ন্যায়ৰ দাবীত আহিছিল দলটো।…
Read More...