৯৫ বছৰ গৰকা এখন ঐতিহাসিক আৰক্ষী চকী : বৰ্তমানেও নিৰ্মাণ নহ’ল স্থায়ী গৃহ
বিশেষ বাৰ্তা, নগাঁও, ৩ অক্টোবৰ : এখন ঐতিহাসিক আৰক্ষী চকী বৰ্তমান এটা ধৰমশালাত ককবকাই থাকিব লগা হৈছে। এই আৰক্ষী চকীখন হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট আৰক্ষী চকী। অসম চৰকাৰে অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়াৰ প্ৰয়াস অব্যাহত ৰখাৰ সময়ত এখন ঐতিহাসিক আৰক্ষী চকীৰ স্থায়ী গৃহ নিৰ্মাণ কৰিব নোৱাৰাত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। ১৯৩৩ চনতে ব্ৰিটিছ শাসকে…
Read More...