নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৫ তাৰিখ সোমবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব৷ স্বামী–স্ত্রীৰ মাজত মতানৈক্য৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৪৷ বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা৷…
Read More...

টিপলাইত লোমহৰ্ষক ডকাইতি : লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা টিপলাইৰ সমীপৰ চিতলমাৰী বনগাঁৱৰ…

গৰুৰ তেজেৰে ধুৱাব জিলা আয়ুক্ত-এছপি-ন্যায়াধীশৰ গা, যুৱকৰ স্পর্শকাতৰ শ্ল’গানক লৈ…

🔹 অভিযুক্ত আবু তাহেৰ খানক আটক আৰক্ষীৰ নিয়মীয়া বার্তা, ৩০ আগষ্ট : ধুবুৰীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা…

নগাঁও কাৰাগাৰত বিলাসী কাৰবাৰ : ধনৰ বিনিময়ত কয়েদীক ড্রাগছ

🔹 জিলা আয়ুক্তৰ ছাডেন ভিজিটত উন্মোচিত ভয়াৱহ কাণ্ড বিশেষ বার্তা, ৩০ আগষ্ট : নগাঁৱত কাৰাগাৰতো চলে ড্রাগছৰ মুকলি বেহা৷…

পুৱাই লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত দশম শ্ৰেণীৰ পাঁচ ছাত্র

বিশেষ বাৰ্তা, ২৯ আগষ্ট : লখিমপুৰৰ বাইপাছত আজি পুৱাই এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্রায় ৮.৪০ বজাত সংঘটিত পথ…

নগৰবেৰাত চোৰৰ অতপালি, চাইকেল থৈ চোৰে নিলে পালছাৰ বাইক

নিয়মীয়া বাৰ্তা, ২৯ আগষ্ট : নগৰবেৰাত বাঢ়িছে চোৰৰ সন্ত্ৰাস | নগৰবেৰা আৰক্ষী থানাৰ অধীনস্থ মেধিপাৰা (শান্তিপুৰ)ত…

নিশা দুলীয়াজানৰ ঊষাপুৰত নৃশংস কাণ্ড : পুত্ৰৰ মোবাইল ফোনৰ বাবে বৃদ্ধই প্ৰাণ…

বিশেষ বাৰ্তা, ২৯ আগষ্ট : নিশা দুলীয়াজানৰ ঊষাপুৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । এটা মোবাইল ফোনৰ বাবেই এজন লোকক…