তেজপুৰত দক্ষতা বিকাশ কেন্দ্ৰৰ ২০ প্ৰশিক্ষাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান
শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শোণিতপুৰ জিলাৰ দুৰুং চাহ বাগিচাত থকা দক্ষতা বিকাশ কেন্দ্ৰৰ ২০ প্ৰশিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।
সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰশিক্ষাৰ্থী সকলে ছ’ডেক্সো ইণ্ডিয়াৰ সৈতে কৰ্মসংস্থাপন লাভ কৰিছে। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক মাহিলি দৰমহাৰ লগতে খাদ্য…
Read More...