খেৰণিত বনৰীয়া হাতীৰ উপদ্ৰৱ : দুটা পৰিয়ালৰ পাঁচটিকৈ বাসগৃহ লণ্ডভণ্ড
বিশেষ বাৰ্তা, ১ আগষ্ট : পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ খেৰণি, মাইলু অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পোৱা বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসীৰ৷ প্ৰাপ্ত বাতৰি অনুসৰি, আজি পুৱতিনিশা বনৰীয়া হাতীৰ এটা জাকে খেৰণিৰ মাইলুস্থিত দুটি পৰিয়ালৰ পাঁচটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷
মাইলু অঞ্চলৰ জিৰিবাছা গাঁৱৰ ৰাজকুমাৰ ৰাম নামৰ লোকজনৰ দুটাকৈ বাসগৃহ ভাঙি…
Read More...