আজিৰ দিনটোৰ ৰাশিফল
আজি ১৬ ছেপ্টেম্বৰ, ভাদ মাহৰ ৩০ তাৰিখ
সোমবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ
মেষ : বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷
বৃষ : উন্নত পৰিৱেশ অনুভৱ৷ বিদ্যাত চিন্তিত দেখা যায়৷ কর্মস্থানত শুভ৷ আর্থিকত মধ্যম৷
মিথুন : কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয়…
Read More...