মাকুমত চাঞ্চল্য : চিতাৰ পৰা আৰক্ষীয়ে লৈ গ’ল মৃতদেহ
নিয়মীয়া বাৰ্তা, ১৮ মে' : চিতাত আত্মীয়ক উঠাই মুখাগ্নি কৰিবলৈ লোৱাৰ প্ৰাকমুহূৰ্তত আৰক্ষীয়ে মৃতদেহ শ্মশানৰ পৰা লৈ যোৱা ঘটনাই মাকুমত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে, মাকুম আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰীপট্টিৰ সুমিতা ভট্টাচাৰ্য নামৰ মহিলাগৰাকীৰ কালি মৃত্যু হয় বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে । পৰিয়ালৰ ভাষ্য অনুযায়ী দীৰ্ঘদিন মহিলাগৰাকী…
Read More...