সৃষ্টি- এক সমন্বয় যাত্ৰা, মাজুলীৰ ব’হাগী উৎসৱ ২০২৪ৰ সামৰণি
🔹 ধনীৰাম খাউণ্ডক মৰণোত্তৰভাৱে 'দ্বীপ বৈভৱ' সন্মান প্ৰদান
নিয়মীয়া বাৰ্তা, ৭ মে' : সৃষ্টি-এক সমন্বয় যাত্ৰা, মাজুলীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ব’হাগী উৎসৱ-২০২৪ৰ পৰহি সামৰণি পৰে। ব'হাগী উৎসৱৰ ৫ মে'ৰ দিনা পুৱা ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়াৰ…
Read More...