নগৰবেৰাত গাঁওৰক্ষী বাহিনীৰ অৱসৰী চক্ৰ বিষয়াৰ মৃত্যুত শোক
নিয়মীয়া বাৰ্তা, ৬ মে' : নগৰবেৰা আৰক্ষী থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ অৱসৰী চক্ৰ বিষয়া (চিঅ’ভিডিঅ’) আবুল কালাম আজাদ (৬৫)ৰ আজি পুৱতি নিশা আকস্মিকভাৱে নগৰবেৰাৰ নিজ গৃহত পৰলোকপ্ৰাপ্তি ঘটে | নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত গাঁওসমূহৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছু বছৰ পূৰ্বে তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে | আজি পুৱতি নিশা…
Read More...