ৰূপহীহাটলৈ ৯৬·৫ শতাংশৰে গৌৰৱ কঢ়িয়ালে ছাদিয়া চুলতানাই
🔹 ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠত উৎসৱমুখৰ পৰিৱেশ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে ছাদিয়া চুলতানাই ৷ ছাত্ৰীগৰাকীয়ে ৯৬·৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ যদি এইবাৰ মেট্ৰিকত ১০ নম্বৰ স্থান থাকিলেহেঁতেন তেন্তে নিশ্চিতভাৱে ১০ নম্বৰ স্থানৰ ভিতৰত থাকিলেহেঁতেন ছাত্ৰীগৰাকী ৷ ৰূপহী ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা…
Read More...