ঝাৰগাঁৱত শৰণীয়া কছাৰীৰ বাঁহ গোসাঁই উৎসৱৰ সামৰণি
🎯শৰণীয়া কছাৰীসকল হাড়ে-হিমজুৱে জনজাতি, ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই লিখা আছে এই কথা : প্ৰাক্তন ছাত্ৰ নেতা ধৰ্মেশ্বৰ ডেকা
🎯সকলো জাতি-জনগোষ্ঠীক সমমৰ্যাদা, সমঅধিকাৰ দিয়াৰ বাবে বিজেপি চৰকাৰ বদ্ধপৰিকৰ: সাংসদ দিলীপ শইকীয়া
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল : শৰণীয়া কছাৰীসকল হাড়ে-হিমজুৱে জনজাতি। এটা আদিম জনজাতি জনগোষ্ঠী । ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ হৈ…
Read More...