ঢকুৱাখনা মহাবদ্যালয়ত আন্তঃমহাবিদ্যালয় গ্ৰন্থ সমালোচনা প্ৰতিযোগিতা সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, আভ্যন্তৰীণ মান নিৰূপণ কোষ, কেন্দ্ৰীয় পুথিভঁৰাল আৰু সাহিত্য-চাৰুকলা ক্লাবৰ উদ্যোগত আয়োজিত 'প্ৰথম বনলতা গ্ৰন্থমেলা' উপলক্ষে বৃহস্পতিবাৰে মহাবিদ্যালয়ত এখনি আন্তঃমহাবিদ্যালয় গ্ৰন্থ সমালোচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনিত হাৰ্হি মহাবিদ্যালয় আৰু নৰ্থ বেংক মহাবিদ্যালয়ৰ লগতে…
Read More...