গণেশগুৰি উৰণ সেতুৰ তলত কিশোৰীক ধর্ষণ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ হোলীৰ আনন্দ উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা জঘন্য ধর্ষণ কাণ্ডক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ নিচাযুক্ত দ্রব্য খুৱাই গণেশগুৰিৰ উৰণ সেতুৰ তলৰ পার্কিঙত বিলাসী বাহনত লম্পট ইনামূল আলীয়ে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধর্ষণ কৰে৷ এই জঘন্য ঘটনাৰ সাখী হৈ ৰয় ভুক্তভোগী কিশোৰীগৰাকীৰ বান্ধৱী৷ লম্পট ইনামূলে নিচাযুক্ত…
Read More...